/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-25/8chgkmj4/CHH.jpg)
-
চেন্নাই বিমান বন্দৰত অঘটন।
-
ডুবাইমুখী বিমান এখন উৰণৰ পূৰ্বেই ইঞ্জিনৰ পৰা নিৰ্গত হয় ধোৱা
-
কাৰিকৰী বিজুতিৰ বাবে এই অঘটন সংঘটিত হোৱা বুলি সন্দেহ।
-
বিমানখনত অৱশ্যে সেই সময়ত কোনো যাত্ৰী উপস্থিত নাছিল।
-
উৰণৰ বাবে বিমানখন সাজু কৰি থকা অৱস্থাতে সংঘটিত হয় এই অঘটন।