/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fe1a5edc-9037-45c5-ace8-2994934ce5d3/297.jpg)
-
তেলেংগানাত কংগ্ৰেছৰ অগ্ৰগতি
-
মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ অগ্ৰগতি
-
ৰাজ্যখনত কংগ্ৰেছ আৰু বি আৰ এছ আগবাঢ়ি আছে
-
সম্প্ৰতি বিজেপি আগবাঢ়িব পৰা নাই
-
আনহাতে মধ্যপ্ৰদেশৰ চিত্ৰাংগী সমষ্টিত আপ সমৰ্থিত প্ৰাৰ্থী মহাদেৱ সিঙৰ অগ্ৰগতি
-
ছত্তিছগড়ত কংগ্ৰেছ-বিজেপিৰ প্ৰতিদ্বন্বিতা
-
মধ্যপ্ৰদেশত শিৱৰাজ সিং চৌহানৰ অগ্ৰগতি
-
কৈলাশ বিজয় বৰ্গীৰ অগ্ৰগতি
-
কংগ্ৰেছ নেতা কমল নাথৰ অগ্ৰগতি
Also Read: হেভিৱেইট প্ৰাৰ্থী কোন কোন পিছপৰি আছে...