হেভিৱেইট প্ৰাৰ্থী কোন কোন পিছপৰি আছে...

হেভিৱেইট প্ৰাৰ্থী কোন কোন পিছপৰি আছে...
  • ৰাজস্থানত কংগ্ৰেছ প্ৰাৰ্থী চি পি যোশী পিছপৰি আছে

  • যোশীয়ে প্ৰতিদ্বন্বিতা কৰিছিল নাথোৱাৰা সমষ্টিৰ পৰা

  • কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ বল্লভ উদয়পুৰ সমষ্টিত পিছপৰি আছে

  • কংগ্ৰেছ প্ৰাৰ্থী গোবিন্দ সিং দোতাছৰা লাছমানগড় সমষ্টিত পিছপৰি আছে

  • বিজেপি প্ৰাৰ্থী ৰাজবৰ্ধন সিং ৰাথোড় জোথৱাৰা সমষ্টিত পিছপৰি আছে

  • ছত্তিছগড়ত বিজেপি প্ৰাৰ্থী বিক্ৰম উচেন্দি অনন্তগড় সমষ্টিত পিছপৰি আছে

  • বিজেপি প্ৰাৰ্থী বিজয় ৱাগলে পাতাম সমষ্টিত পিছপৰি আছে

  • বিজেপি প্ৰাৰ্থী ৰমন সিঙ ৰাজনন্দম সমষ্টিত পিছপৰি আছে

  • তেলেংগানাত বি এছ পি প্ৰাৰ্থী আৰ এছ প্ৰবীণ কুমাৰ শ্ৰীপুৰ সমষ্টিত পিছপৰি আছে

  • বিজেপি প্ৰাৰ্থী শ্যাম বাপু ৰাও ৱাথ সমষ্টিত পিছপৰি আছে

  • মধ্যপ্ৰদেশত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ ডিমানি সমষ্টিত পিছপৰি আছে

  • কংগ্ৰেছ প্ৰাৰ্থী জিতু পাটোৱাৰী ৰাও সমষ্টিত পিছপৰি আছে

  • কংগ্ৰেছ প্ৰাৰ্থী গোবিন্দ সিং লাহাৰ সমষ্টিত পিছপৰি আছে।

হেভিৱেইট প্ৰাৰ্থী কোন কোন পিছপৰি আছে...
তেলেংগানাত কংগ্ৰেছৰ অগ্ৰগতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in