উত্তৰ প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা

উত্তৰ প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা
  • উত্তৰ প্ৰদেশৰ বালিয়াত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ।

  • জীপ-বলেৰ’ পিকআপ ভানৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা।

  • দুৰ্ঘটনাটোত দুই কিশোৰসহ ৬জন লোক থিতাতে নিহত হয়।

  • লগতে গুৰুতৰভাৱে আহত আন ১০জনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় চিকিৎসালয়ত।

  • এক মাংগলিত অনুষ্ঠানৰ পৰা ওভতাৰ পথতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷

উত্তৰ প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা
চিমেণ্ট ভৰ্তি বাহন আৰু ডাম্পাৰ সংঘৰ্ষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in