চিমেণ্ট ভৰ্তি বাহন আৰু ডাম্পাৰ সংঘৰ্ষ

ROAD ACCIDENT
ROAD ACCIDENT

ডিজিটেল সংবাদ, কঠীয়াতলীঃ সোমবাৰে নিশা নগাঁও জিলাৰ ভেলেউগুৰিত চিমেণ্টৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এখন ডাম্পাৰত খুন্দা মাৰে। মদ্যপান কৰি চলোৱা এ এছ ০১ এন চি ৮২২৯ নম্বৰৰ ১৬ চকীয়া চিমেণ্টৰ গাড়ীখনে চোৰাং কৈ চিমেণ্ট বিক্ৰী কৰি তীব্ৰ গতিত গাড়ী চলোৱাৰ ফলত এই দূৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰতক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখন পাছত কঠীয়াতলী আৰক্ষীৰ সহযোগত দূৰ্ঘটনাগ্ৰস্ত ডাম্পাৰৰ গৰাকীক কঠীয়াতলীত আটক কৰিবলৈ সক্ষম হয়। আনহাতে দূৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ এ এছ ০৯ এ চি ৯৯০৯ বুলি জানিব পৰা গৈছে।

ROAD ACCIDENT
কঠীয়াতলীৰ এজন যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in