পৰ্যটক কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত পতিতঃ ৩২ জন যাত্ৰী আহত...

পৰ্যটক কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত পতিতঃ ৩২ জন যাত্ৰী আহত...
পৰ্যটক কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত পতিতঃ ৩২ জন যাত্ৰী আহত...

ডিজিটেল ডেস্কঃ উৰিষ্যাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত আহত হৈছে অতি কমেও ৩২ জনকৈ লোক।

পৰ্যটক কঢ়িয়াই নিয়া এখন বাছ খাৱৈত সোমাই যোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হৈছে। উল্লেখ্য, এই দুৰ্ঘটনা ব্ৰাহ্মণগাওঁ আৰক্ষী থানাৰ কাষতে সংঘটিত হৈছে।

এই ঘটনাৰ পাছতে উদ্ধাৰকাৰীয়ে বাছ যাত্ৰীসকলক উদ্ধাৰ কৰে। বাছখনৰ যাত্ৰীসকল পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে।

পৰ্যটক কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত পতিতঃ ৩২ জন যাত্ৰী আহত...
সাৱধান ! এই কেইদিন পাৰিলে ঘৰতে থাককঃ ঘন কুঁৱলীয়ে ভেটিব বাট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in