নতুন সংসদ ভৱন মুকলিঃ পূজা, গান্ধীক উপাসনাৰে আৰম্ভ হ'ব কাৰ্যসূচী...

বহু বিতৰ্কৰ অন্তত ২৮ মে' অৰ্থাৎ কাইলৈ মুকলি হ'ব দেশৰ নতুন সংসদ ভৱন । প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব এই নতুন সংসদ ভৱনৰ ।

author-image
Asomiya Pratidin
New Update
নতুন সংসদ ভৱন মুকলিঃ পূজা, গান্ধীক উপাসনাৰে আৰম্ভ হ'ব কাৰ্যসূচী...

ডিজিটেল ডেস্কঃ বহু বিতৰ্কৰ অন্তত ২৮ মে'ত মুকলি হ'ব দেশৰ নতুন সংসদ ভৱন । প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব এই নতুন সংসদ ভৱনৰ । দিনজোৰা কাৰ্যসূচীৰে মুকলি হ'ব নতুন সংসদ ভৱনৰ ।

Advertisment

নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানৰ সময়সূচী...

  • পুৱা ৭:১৫ বজাত প্ৰধানমন্ত্ৰী মোডী পূজাৰ বাবে উপস্থিত হ'ব

  • পুৱা ৭:৩০ বজাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত উপাসনা আৰম্ভ হ'ব

  • পুৱা ৯ বজাত লোকসভাত কাৰ্যসূচী

  • সংসদত পুৱা ৯.৩০ বজাত প্ৰাৰ্থনা সভা

  • দুপৰীয়া ১২ বজাত সংসদত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

  • দুপৰীয়া ১২:০৭ বজাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন

  • দুপৰীয়া ১২:১০ বজাত ৰাজ্যসভাৰ উপাধ্যক্ষৰ আৰম্ভণি ভাষণ

  • দুপৰীয়া ১২:১৭ বজাত সংসদত দুখন তথ্য চিত্ৰ প্ৰদৰ্শন

  • দুপৰীয়া ১২:২৯ বজাত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু তাৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বাৰ্তা।

  • দুপৰীয়া ১২:৪৩ বজাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ প্ৰদান

  • দুপৰীয়া ১:০০ বজাত প্ৰধানমন্ত্ৰীয়ে বিশেষ ৭৫ টকীয়া মুদ্ৰা মুকলি কৰিব

  • দুপৰীয়া ১:১০ বজাত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ

  • দুপৰীয়া ১:৩০ বজাতঃ লোকসভাৰ মহাসচিবৰ ধন্যবাদৰ প্ৰস্তাৱ

Also Read: পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ব্যক্তিৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ...

inauguration ceremony of new parmiament new parliament