উত্তৰ-পূৱত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে ৪৬টা প্ৰকল্প

উত্তৰ-পূৱত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে ৪৬টা প্ৰকল্প

ডিজিটেল ডেস্কঃ আজি প্রধানমন্ত্রীয়ে উত্তৰ-পূৱত শুভাৰম্ভ কৰে কেইবাটাও নতুন প্রকল্প । ভাৰ্ছুৱেল মাধ্যমৰ জড়িয়তে এই প্রকল্পসমূহ উদ্বোধন কৰে প্রধানমন্ত্রীগৰাকীয়ে । লামডিং সংমণ্ডলৰ অধীনস্থ ৪৬টা প্রকল্প দেশবাসীলৈ উছৰ্গা কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে প্রধানমন্ত্রী মুকলি কৰে বদৰপুৰত নিৰ্মাণ হোৱা ভাৰতীয় জন ঔষধি কেন্দ্র । নিউ বঙাইগাঁৱৰ পৰা আজ্ঞাঠুৰীলৈ নিৰ্মাণ হোৱা দ্বৈত ৰে’লপথৰ শুভাৰম্ভ কৰে নৰেন্দ্ৰ মোডীয়ে। গতিশক্তি কাৰ্গো টাৰ্মিনেলো মুকলি কৰে প্রধানমন্ত্রীগৰাকীয়ে । লগতে শুভাৰম্ভ কৰে ৩৬ খন ওৱান ষ্টেচন ওৱান প্রডাক্ট বিপণীৰো ।

উত্তৰ-পূৱত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে ৪৬টা প্ৰকল্প
হোজাইৰ শংকৰদেৱ নগৰত মন্ত্রী পীয়ুজ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in