মণিপুৰৰ কথা মনলৈ অহা নাই! UPA ক সমবেদনা প্ৰধানমন্ত্ৰী মোডীৰ...

মণিপুৰৰ কথা মনলৈ অহা নাই! UPA ক সমবেদনা প্ৰধানমন্ত্ৰী মোডীৰ...

ডিজিটেল ডেস্কঃ আজি অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত সদনত ভাষণ ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই ভাষণকালত মোডীয়ে বিৰোধীত উদ্দেশ্যি কৰি কটাক্ষ মূলক মন্তব্য কৰা দেখা যায়।

বিৰোধী মৰ্চা ইণ্ডিয়াৰ ওপৰত বিৰোধীক সমালোচনা কৰি মোডীয়ে কয় যে ''কিছুদিন আগতে বেংগালুৰত ইউ পি এৰ অন্তোষ্টিক্ৰিয়া হ'ল। মই ভাবিছিলো তেওঁলোকক সমবেদনা জনাম। কিন্তু জনোৱা নহল। সেয়ে আজি জনাইছো। কিন্তু মই ভাবো মোৰ দেৰি হোৱা নাই। কিয়নো এফালে তেওঁলোকে ইউ পি এৰ অন্তোষ্টিক্ৰিয়া কৰি আছিল আৰু আনফালে আনন্দ কৰি আছিল''।

উল্লেখ্য যে সদনত আজি অনাস্থা প্ৰস্তাৱ বিতৰ্কৰ তৃতীয়দিন। এই প্ৰস্তাৱক লৈ বিগত ২ দিন ধৰি বিৰোধী আৰু শাসকীয় পক্ষৰ মাজত বাক-বিতণ্ড অব্যাহত আছে।

মণিপুৰৰ কথা মনলৈ অহা নাই! UPA ক সমবেদনা প্ৰধানমন্ত্ৰী মোডীৰ...
ঘিলামৰাৰ ঘাহিবাৰীত পানীত ডুবি শিশুৰ অকাল বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in