২৯২ কোটি টকাৰ কেলেংকাৰী! ৭ দিনৰ ইডি জিম্মালৈ প্ৰেৰণ মনিষ ছিচদিয়াক

ইডিয়ে ছিচদিয়াৰ ১০ দিনৰ জিম্মা বিচাৰিছিল যদিও আদালতে ৭ দিনৰ জিম্মাহে দিয়ে। বৃহস্পতিবাৰে ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী গৰাকীক।

author-image
Asomiya Pratidin
New Update
২৯২ কোটি টকাৰ কেলেংকাৰী! ৭ দিনৰ ইডি জিম্মালৈ প্ৰেৰণ মনিষ ছিচদিয়াক

ডিজিটেল ডেস্কঃ ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিচদিয়াক। সুৰা কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা মনিষ ছিচদিয়া ইয়াৰ পূৰ্বে চিবিআইৰ জিম্মাত আছিল।

Advertisment

ইডিয়ে ছিচদিয়াৰ ১০ দিনৰ জিম্মা বিচাৰিছিল যদিও আদালতে ৭ দিনৰ জিম্মাহে দিয়ে। বৃহস্পতিবাৰে ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী গৰাকীক। তাৰ পাছতে আজি বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল। কিন্তু এতিয়া ২১ মাৰ্চ পৰ্যন্ত জামিন লাভ নকৰে মনিষ ছিচদিয়াই।

ছিচদিয়াক জিম্মাত লোৱাৰ কাৰণ বৰ্ণনা কৰি ইডিয়ে বিশেষ আদালতক কয় যে দিল্লী সুৰা নীতিৰ গোচৰত সন্দৰ্ভত জিম্মাত বিচাৰিছে। এই অপৰাধটোৰ দ্বাৰা উপাৰ্জনৰ মূল্য কমেও ম।

Also Read: বৃদ্ধি পাব ব্ৰইলাৰ মাংসৰ দাম ! বহিঃৰাজ্যৰ পৰা আমদানি কৰাত নিষেধাজ্ঞা...

delhi manish sisodia