/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/814c1089-01e5-4b70-b006-2d9fdb01ad9a/covid.jpg)
প্ৰতিকী ফটো
ডিজিটেল ডেস্কঃ দেশত পুনৰ কোৰোনাৰ উকমুকনি। স্বাস্থ্য মন্ত্ৰালয়ৰ সমীক্ষা অনুসৰি শেহতীয়াভাৱে ২৪ ঘণ্টাত ৬,১৫৫ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।
এই দিশৰ পৰা চালে দেখা যায় দৈনিক পজিটিভিটীৰ হাৰ কিছু পৰিমাণে উদ্বেগজনক। শেহতীয়াকৈ দেশত ইয়াৰ হাৰ হৈছে ৫.৬৩ শতাংশ।
উল্লেখযোগ্য যে বিভাগীয় তথ্য অনুসৰি শেহতীয়াকৈ ২৪ ঘণ্টাত দেশত ১১গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। সেয়ে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে বিদেশৰ পৰা অহা যাত্ৰীসকলৰ বাবে কোৰোনা পৰীক্ষা বাধ্যতামূলক কৰিছে।
Also Read: ধেমাজি জিলাৰ কাছাৰী ময়দানত সদৌ অসম আন্তঃজিলা মিনি জুনিয়ৰ ভলীবল প্ৰতিযোগিতা...