লোকসভা নিৰ্বাচন : নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দেশৰ ৮ৰাজ্যত ভোটদানৰ হাৰ...

লোকসভা নিৰ্বাচন : নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দেশৰ ৮ৰাজ্যত ভোটদানৰ হাৰ...

ডিজিটেল ডেস্ক : দেশত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটদান পৰ্ব। দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ পৰ্ব ।

নিৰ্বাচন উপলক্ষে আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৮ৰাজ্যৰ ভোটদানৰ হাৰ উল্লেখ কৰা হ'ল- পুৱা ৯-০০বজালৈকে প্ৰকাশ কৰা তথ্য মতে ভোটদানৰ হাৰ হৈছে- ১০.২৮ শতাংশ।

  • বিহাৰ- ৮.৮৬ শতাংশ

  • জম্মু-কাশ্মীৰ- ৭.৬৩ শতাংশ

  • ঝাৰখণ্ড- ১১.৬৮ শতাংশ

  • লাডাখ- ১০.৫১ শতাংশ

  • মহাৰাষ্ট্ৰ- ৬.৩৩ শতাংশ

  • উৰিষ্যা- ৬.৮৭ শতাংশ

  • উত্তৰপ্ৰদেশ- ১২.৮৯ শতাংশ

  • পশ্চিমবংগ- ১৫.৩৫ শতাংশ।

লোকসভা নিৰ্বাচন : নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দেশৰ ৮ৰাজ্যত ভোটদানৰ হাৰ...
হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in