জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত শৈলস্খলন : থিতাতে নিহত ৪ জন

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত শৈলস্খলন : থিতাতে নিহত ৪ জন

author-image
Asomiya Pratidin
New Update
জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত শৈলস্খলন : থিতাতে নিহত ৪ জন

ডিজিটেল ডেস্ক : জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত শৈলস্খলনে প্ৰাণ কাঢ়িলে একাধিক লোকৰ। ৰামবাং জিলাত সংঘটিত হৈছে এই ঘটনা।

Advertisment

পাহাৰৰ পৰা বাগৰি অহা শিলে এখন বাহনক হেঁচা মাৰি ধৰে। ফলত বাহনখনত থকা ৪ জন লোক থিতাতে নিহত হয়।

ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযানকাৰী দলৰ উদ্ধাৰ কাৰ্য অৱ্যাহত ৰাখিছে। ৰামবাং জিলাত সংঘটিত এই ঘটনাই স্থানীয় ৰাইজক হতচকিত কৰি তুলিছে।

Also Read: গাঁও পঞ্চায়তত নাথাকিব ৰাজনৈতিক দলৰ প্ৰভাৱ : মন্ত্ৰী ৰঞ্জিত দাস

jammu and kashmir landslide