অষ্ট্ৰেলিয়াত ভাৰতীয় ছাত্ৰক প্ৰহাৰ খালিস্তান সমৰ্থকৰ

অষ্ট্ৰেলিয়াত ভাৰতীয় ছাত্ৰক প্ৰহাৰ খালিস্তান সমৰ্থকৰ

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত ভাৰতীয় ছাত্ৰক প্ৰহাৰ খালিস্তান সমৰ্থকৰ। এজন ২৩ বছৰীয়া ভাৰতীয় ছাত্ৰক একাংশ খালিস্তান সমৰ্থকে নিৰ্মমভাৱে প্ৰহাৰ কৰে।

Advertisment

ছাত্ৰজনক লোহাৰ লাঠিৰে প্ৰহাৰ কৰাৰ লগতে ঘোচাও মাৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ভাৰতীয় ছাত্ৰগৰাকী অষ্ট্ৰেলিয়াত অধ্যয়ন কৰাৰ লগতে গাড়ীচালক হিচাপেও কাম কৰে। উক্ত কাণ্ড সংঘটিত কৰি দলটোৱে খালিস্তান জিন্দাবাদ ধ্বনি দিয়ে।

Also Read: শিৱসাগৰত পথচাৰীক মহতিয়ালে দ্রুতবেগী স্কুটীয়ে, নিহত...

khalistan