/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ei muhurtar khabar
শিৱসাগৰৰ যমুনা ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা।
দ্রুতবেগী স্কুটীৰ খুন্দাত থিতাতে নিহত পথচাৰী।
নিহত পথচাৰীজন অ' এন জি ছিৰ অৱসৰপ্রাপ্ত বিষয়া ৰতন শইকীয়া।
খোজ কাঢ়ি গৈ থকা অৱস্থাত খুন্দা মাৰে স্কুটীখনে।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় স্কুটী চালক সাগৰ দেৱনাথ।
সংকটজনক অৱস্থাত সাগৰ দেৱনাথক ডিব্রুগড়লৈ প্রেৰণ।
Also Read: মঙলদৈত নাবাৰ্ডৰ আজাদী কা অমৃত মহোৎসৱ পালন...