/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/30a9ca9d-bbff-423c-9c42-3cd1bddbd998/AP_FOR_WEB_2.jpg)
ডিজিটেল ডেস্ক : বিজেপিৰ কেন্দ্ৰীয় কমিটিত স্থান লাভ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। বিজেপিৰ সভাপতি জে পি নাড্ডাই তাছাক নিযুক্তি দিছে দলটোৰ ৰাষ্ট্ৰীয় সচিব হিচাপে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b718805a-4d63-4dcb-953c-0ec2a8e33eb3/1d9d42f7_6111_45d3_bb81_faab36d68145.jpg)
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সাংগঠনিক ক্ষেত্ৰত তৎপৰতা। ২৯ জুলাই ২০২৩ত নাড্ডাই বি জে পিৰ কেন্দ্ৰীয় কমিটিত ১৩ জনক নিযুক্তি দিছে উপাধ্যক্ষ হিচাপে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/65710a9d-6eca-4152-99ea-37f4eab868ca/4f6a00d4_4405_42ab_a2c3_788735a700ef.jpg)
ৰাষ্ট্ৰীয় সচিব হিচাপে নিযুক্তি দিছে ১৩ জনক। এই নতুন নিযুক্তিত অসমৰ পৰা কেৱল স্থান লাভ কৰিছে কামাখ্য প্ৰসাদ তাছাই।
Also Read: আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস : কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত শতাধিক বাঘ বিচৰণৰ তথ্য