অন্তিন মুহূৰ্তত স্থগিত ইছৰোৰ গগণযানৰ উৎক্ষেপণ...

অন্তিন মুহূৰ্তত স্থগিত ইছৰোৰ গগণযানৰ উৎক্ষেপণ...

author-image
Asomiya Pratidin
New Update
অন্তিন মুহূৰ্তত স্থগিত ইছৰোৰ গগণযানৰ উৎক্ষেপণ...

অন্তিন মুহূৰ্তত স্থগিত ইছৰোৰ গগণযানৰ উৎক্ষেপণ...

ডিজিটেল ডেস্কঃ সাময়িকভাৱে স্থগিত ৰখা হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ গগণযান মিছন। কিছু কাৰিকৰী সমস্যাৰ বাবে স্থগিত ৰখা হৈছে এই অভিযান।

Advertisment

উল্লেখ্য যে, ইছৰোৱে শনিবাৰে পুৱা ৮ বজাত গগণযান উৎক্ষেপণ কৰাৰ বাবে সময় নিৰ্দিষ্ট কৰিছিল যদিও প্ৰতিকূল বতৰৰ বাবে প্ৰথমে এই সময় সলনি কৰি ৮-৩০ বজালৈ পিছুৱাই দিয়া হয়। নিৰ্দিষ্ট সময়ত পুনৰ এই যান উৎক্ষেপণৰ বাবে সাজু কৰা হয় যদিও অন্তিম মুহূৰ্তত পুনৰ এই উৎক্ষেপণ বন্ধ কৰি এই অভিযান স্থগিত ৰখা হয়।

এই সন্দৰ্ভত ইছৰোৰ মুৰব্বী এছ সমোনাথে জনোৱা অনুসৰি এই গগণযানৰ কি কাৰিকৰী বিজুতি হৈছে সেই সন্দৰ্ভত পৰীক্ষা অব্যাহত আছে। অতি শীঘ্ৰেই এই অভিযান পুনৰ আৰম্ভ কৰিব বুলিও তেওঁ জনাইছে।

Also Read: নলা, নৰ্দমা চাফা কৰাৰ সময়ত শ্ৰমিকৰ মৃত্যু হ'লে চৰকাৰে দিব লাগিব ৩০ লাখ টকাৰ ক্ষতিপূৰণ...

ইছৰো