ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল ঘোষণাঃ দ্বিতীয় স্থানত অসম সন্তান

ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল ঘোষণাঃ দ্বিতীয় স্থানত অসম সন্তান
  • ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল ঘোষণা

  • চলিত বৰ্ষত ২৯ গৰাকী প্রাৰ্থী তথ্য সেৱাৰ বাবে নিৰ্বাচিত

  • তালিকাৰ দ্বিতীয় স্থানত অসমৰ বিদ্যাসাগৰ তালুকদাৰ

  • অসমৰ অনুমিতা দাস তালিকাৰ চতুৰ্দশ স্থানত

  • হিন্দীৰ ৯ জন, তেলেগু আৰু মাৰাঠাৰ ৪জনকৈ নিৰ্বাচিত

  • ইংৰাজীৰ ৩জন, ওড়িয়া ৩জন, অসমীয়াৰ ২জন নিৰ্বাচিত

  • গুজৰাটী, বঙালী, মণিপুৰী আৰু পাঞ্জাৱীৰ এজনকৈ নিৰ্বাচিত।

ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল ঘোষণাঃ দ্বিতীয় স্থানত অসম সন্তান
বাণিজ্যৰ স্নাতক পৰীক্ষাত প্ৰথম ৪টা স্থানত গুৱাহাটী কমাৰ্চ কলেজ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in