/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/91f97839-d85a-4248-8643-889547103c78/ind.jpg)
প্ৰতিনিত্বমূলক ফটো
ডিজিটেল ডেস্ক : ইজৰাইলৰ পৰা ভাৰতে লাভ কৰিলে স্পাইক এন এল অ' এছ ক্ষেপণাস্ত্ৰ। যিয়ে পৰ্বতত লুকাই থকা শত্ৰুক সহজে আক্ৰমণ কৰিবলৈ সক্ষম হ'ব।
তথ্য অনুসৰি স্পাইক এন এল অ' এছ ক্ষেপণাস্ত্ৰই প্ৰায় ৩০ কিলোমিটাৰ দুৰত্বত থকা কোনো শত্ৰুক আঘাত কৰিবলৈ সক্ষম হ'ব। ইজৰাইলৰ পৰা লাভ কৰা এই অস্ত্ৰৰ ফলত ভাৰতৰ সামৰিক শক্তিৰো যথেষ্ট পৰিমাণে পাব। ইফালে এইবিধ ক্ষেপণাস্ত্ৰ এম আই-১৭ ভি ৫ হেলিকপ্টাৰত স্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে।
Also Read: ঘিলামৰাত আবকাৰী বিভাগৰ অভিযানত অবৈধ চুলাই ভাতী উচ্ছেদ...