চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
ৰাষ্ট্ৰীয় মুখ্য-পৃষ্ঠা

বাইজুছৰ বিত্তীয় বিষয়ক লৈ ভাৰতৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰাণালয়ৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ...

বাইজুছ হৈছে দেশৰ এটি আগশাৰীৰ অনলাইন টিউচন প্ৰতিষ্ঠান । এই প্ৰতিষ্ঠানটোৱে সমগ্ৰ বিশ্বতে শৈক্ষিক ষ্টাৰ্টআপ গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

author-image
Asomiya Pratidin
11 Jul 2023 23:43 IST

Follow Us

New Update
বাইজুছৰ বিত্তীয় বিষয়ক লৈ ভাৰতৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰাণালয়ৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ বাইজুছ হৈছে দেশৰ এটি আগশাৰীৰ অনলাইন টিউচন প্ৰতিষ্ঠান । এই প্ৰতিষ্ঠানটোৱে সমগ্ৰ বিশ্বতে শৈক্ষিক ষ্টাৰ্টআপ গঢ়ি তুলিবলৈ সক্ষম হৈছে । কোভিড-19 মহামাৰীৰ সময়ত এই প্ৰতিষ্ঠানটোৱে ষ্টাৰ্টআপৰ জড়িয়তে বিলিয়ন ডলাৰ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

Advertisment

এই অভিযোগৰ ভিত্তিতে প্ৰতিষ্ঠানটোক বিত্তীয় বিষয় সন্দৰ্ভত ভাৰতৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰাণালয়ে প্ৰতিবেদন দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে । ছয় সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে পৰিক্ৰমা মন্ত্ৰাণালয়ে । প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিহে বিষয়টো ফ্ৰড ইনভেষ্টিগেচন অফিচ (এছএফআইঅ')লৈ প্ৰেৰণ কৰা হ'ব নে নহয় সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰাণালয়ে ।

অভিযোগ অনুসৰি বাইজুছে বৰ্তমানেও ২০২২ বৰ্ষৰ বিত্তীয় বিৱৰণ দাখিল কৰা নাই । এই অভিযোগৰ পিছতেই প্ৰতিস্থানটোৱে বিত্তীয় বিষয়ক সকলো তথ্য ২০২৩ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

Also Read: উচ্ছেদৰ মাজতে বনকৰ্মীক পহুখেদা স্থানীয় ৰাইজৰ...

BYJU'S
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!