গোলকীয় উষ্ণতাৰ পৰিণতি : দ্ৰুতভাৱে হ্ৰাস পাইছে উপকূল

গৱেষণাত পোৱা তথ্য অনুসৰি গুজৰাটৰ মুঠ উপকূল ১৯৪৫.৬০ কিলোমিটাৰ দীঘল।

author-image
Asomiya Pratidin
New Update
গোলকীয় উষ্ণতাৰ পৰিণতি : দ্ৰুতভাৱে হ্ৰাস পাইছে উপকূল

ডিজিটেল ডেস্ক : গোলকীয় উষ্ণতা আৰু সাগৰপৃষ্ঠ বৃদ্ধিৰ ফলত দ্ৰুতভাৱে হেৰাইছে উপকূল। দেশৰ ভিতৰতে গুজৰাটত দ্ৰুতভাৱে হ্ৰাস পাইছে উপকূল। উল্লেখযোগ্য যে দেশৰ ভিতৰতে আটাইতকৈ দীঘল উপকূল থকা ৰাজ্য গুজৰাটৰ উপকূল ক্ষয়ৰ এই তথ্য ধৰা পৰিছে।

Advertisment

গৱেষণাত পোৱা তথ্য অনুসৰি গুজৰাটৰ মুঠ উপকূল ১৯৪৫.৬০ কিলোমিটাৰ দীঘল। ইয়াৰে ৫৩৭.৫ কিলোমিটাৰ উপকূল দ্ৰুতভাৱে হ্ৰাস পাব ধৰিছে। শেহতীয়াকৈ অধ্যয়ন কৰি পোৱা তথ্যমতে গুজৰাটত বছৰি ২৭.৬ শতাংশ হাৰত উপকূল হেৰাই আছে।

Also Read: বিশ্বনাথৰ ৪ গৰাকী বিডিঅ'ক নিলম্বনঃ কেলেংকাৰীৰ CBI ৰ তদন্তৰ দাবী...

GLOBAL WARMING Coast gujrat