/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
ডিজিটেল ডেস্ক : তামিলনাডুৰ কৃষ্ণগিৰি জিলাত সংঘটিত হৈছে এক বিস্ফোৰণ কাণ্ড। এটা ফটকা কাৰখানাত সংঘটিত ভয়ংকৰ বিস্ফোৰণত ৮ জন লোক নিহত হয়।
জিলা আৰক্ষী অধীক্ষকে জনোৱা মতে আতচবাজীৰ গুদামত সংঘটিত হয় এই বিস্ফোৰণটো। শ্ৰমিকসকলে কাম কৰি থকা অৱস্থাতে এই ভয়ংকৰ বিস্ফোৰণ কাণ্ডটো সংঘটিত হয়।
Also Read: ঢকুৱাখনা জিলা অনুসূচীত জাতি পৰিষদৰ অষ্টম ত্রিবাৰ্ষিক অধিবেশন সম্পন্ন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us