নির্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

নির্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
  • সমাগত লোকসভা নিৰ্বাচন ।

  • লোকসভা নিৰ্বাচনৰ পূৰ্বে নির্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।

  • প্ৰতিটো ৰাজনৈতিক দললৈ বিশেষ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ ।

  • নির্বাচনী ৰেলীত ব্যৱহাৰ কৰিব নোৱাৰিব শিশু-নাবালিকাক ।

  • নিৰ্বাচনী প্ৰচাৰ আৰু প'ষ্টাৰত ব্যৱহাৰ কৰিব নোৱাৰিব শিশু ।

  • শিশু শ্ৰম অধিনিয়ম ১৯৮৬ নীতিৰ নিৰ্দেশনা পালনৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ ।

নির্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
চাপৰত বন বিভাগৰ অভিযান

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in