/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/96b62f4c-8aec-45f5-8d69-630cfe95ef96/1.jpg)
সমাগত লোকসভা নিৰ্বাচন ।
লোকসভা নিৰ্বাচনৰ পূৰ্বে নির্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।
প্ৰতিটো ৰাজনৈতিক দললৈ বিশেষ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ ।
নির্বাচনী ৰেলীত ব্যৱহাৰ কৰিব নোৱাৰিব শিশু-নাবালিকাক ।
নিৰ্বাচনী প্ৰচাৰ আৰু প'ষ্টাৰত ব্যৱহাৰ কৰিব নোৱাৰিব শিশু ।
শিশু শ্ৰম অধিনিয়ম ১৯৮৬ নীতিৰ নিৰ্দেশনা পালনৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ ।
Also Read: চাপৰত বন বিভাগৰ অভিযান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us