নিৰ্বাচন খেলিবলৈ সাজু কাৰাবন্দী অমৃতপাল সিং...

লোকসভা নিৰ্বাচনত কাৰাবন্দী খালীস্তানী নেতা অমৃতপাল সিং

author-image
Asomiya Pratidin
New Update
নিৰ্বাচন খেলিবলৈ সাজু কাৰাবন্দী অমৃতপাল সিং...

ডিজিটেল ডেস্কঃ নিৰ্বাচন খেলিবলৈ সাজু খালীস্তানী নেতা অমৃতপাল সিং। কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব অমৃতপাল সিঙে। পঞ্জাবৰ খাদূৰ চাহিব সমষ্টিৰ কাৰণে মনোনয়ন দাখিল কৰিছিল অমৃতপাল সিঙে। ইতিমধ্যে অমৃতপালৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে।

Advertisment

ইচিআইৰ তথ্য অনুসৰি ১০মে’ত খালীস্তানী নেতাজনৰ মনোনয়ন দাখিল কৰা হৈছিল।বৰ্তমান অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে অমৃতপল সিং। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত অসমত কাৰাবন্দী হৈ আছে উগ্ৰ শিখ প্ৰচাৰক অমৃতপল সিং।

Also Read: উন্নত চিকিৎসাৰ বাবে GMCHত ভৰ্তি থানেশ্বৰ বড়োক...

amrit pal singh Nomination eci loksabha election