New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/pakistan-earthquake-3-copy.jpg)
পুৱাই আহিল ভূমিকম্প...
পুৱাই অনুভূত হ’ল ভূমিকম্প।
পুৱা প্ৰায় ৫.৩৫ বজাত আহিল এই ভূমিকম্প।
ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৩।
অৱশ্যে এই মৃদু কম্পনৰ ফলত ক’তো, কোনো ক্ষয়, ক্ষতি হোৱা নাই।
বিহাৰত অনুভূত হৈছে এই ভূমিকম্প।
Also Read: অৱশেষত জয়ৰ মুখ ৰোহিত বাহিনীৰ, পৰাজয়ৰ ধাৰা অব্যহত দিল্লী কেপিটেলছৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us