দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ...

বাসগৃহৰ পৰা লৈ গৈছে ইডিৰ মুখ্য কাৰ্যালয়লৈ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ...
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ...
  • দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ।

  • সুৰা কেলেংকাৰীৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীক।

  • আজি বিয়লিৰে পৰা কেজৰিৱালক তেওঁৰ বাসগৃহতে সোধাপোচা কৰিছিল ইডিৰ এটা দলে।

  • গ্ৰেপ্তাৰৰ পাছতে ইডিৰ মুখ্য কাৰ্যলয়লৈ নিয়া হৈছে কেজৰিৱালক।

  • আজি নিশাটো হয়তো ইডিৰ কাৰ্যালয়তে ৰখা হ'ব কেজৰিৱালক।

  • কেজৰিৱালৰ বাসগৃহৰ বাহিৰত আপ কৰ্মীৰ প্ৰতিবাদ।

  • কেজৰিৱালৰ মোবাইলকে ধৰি বিভিন্ন নথি-পত্ৰ আদি জব্দ।

  • কেজৰিৱালৰ গ্ৰেপ্তাৰত ৰাজনৈতিক উদ্দেশ্য লুকাই থকাৰ অভিযোগ আপৰ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ...
শ্ৰীনগৰত কৰ্মৰত চি আৰ পি এফ জোৱান স্বপন নাথৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in