অভিনেত্ৰী তামান্না ভাটিয়ালৈ চাইবাৰ চেলৰ চমন

অভিনেত্ৰী তামান্না ভাটিয়ালৈ চাইবাৰ চেলৰ চমন

author-image
Asomiya Pratidin
New Update
অভিনেত্ৰী তামান্না ভাটিয়ালৈ চাইবাৰ চেলৰ চমন

ডিজিটেল ডেস্ক : দক্ষিণ তথা বলিউদৰ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়ালৈ চাইবাৰ চেলে প্ৰেৰণ কৰিছে চমন। পোহৰলৈ অহা তথ্য অনুসৰি ফেয়াৰ প্লে নামৰ এপত অবৈধভাৱে আই পি এল সম্প্ৰচাৰৰ অভিযোগত অভিনেত্ৰীগৰাকীলৈ চাইবাৰ চেলে চমন জাৰি কৰে।

অহা ২৯ এপ্ৰিলত চাইবাৰ চেলত অভিনেত্ৰীগৰাকীক হাজিৰ হ'বলৈ চমনত উল্লেখ কৰে। ইতিমধ্যে অভিনেত্ৰীগৰাকীক সোধা-পোচাৰ বাবে মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ গোটে মাতি পঠিওৱা বুলি জানিব পৰা গৈছে।

Also Read: ডাঙৰ লেখক...

TAMANNA BHATIYA cyber cell actor