/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/88327ae7-4f5a-4c05-b649-12632c5c3e62/106.jpg)
ডিজিটেল ডেস্ক : দেশত ২০২৬ত চলিব প্ৰথমখন বুলেট ট্ৰেইন। এই কথা প্ৰকাশ কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈঞ্চৱে। তেঁও কয় যে আহমেদাবাদ-মুম্বাই পথত এই ৰে’লখন চলিব।
এই পথছোৱাৰ ২৯০ কিলোমিটাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ কথা মন্ত্ৰী বৈঞ্চৱে উল্লেখ কৰে। লগতে তেঁও ইয়াকো কয় যে বাকী অংশৰ কাম অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/eabdc592-cb84-4681-8984-75b79aa41593/ashwini_vaishnaw_koo_pod_hotel_mumbai_central_1637229044895_1637229045100.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৭ চনৰ পৰা বুলেট ৰে’ল প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল।