ঘোষণা হ'ল ছত্তিশগড়ৰ ৮ খন আসনৰ ফলাফল...

ঘোষণা হ'ল ছত্তিশগড়ৰ ৮ খন আসনৰ ফলাফল...
  • ছত্তিশগড়ত ঘোষণা হৈছে ৮ বিধানসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীৰ নাম।

  • বিজেপিৰ ৬ গৰাকী আৰু কংগ্ৰেছৰ ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা হৈছে ৰাজ্যখনত।

  • ৰাজ্যখনত বিজয় সাব্যস্ত কৰিছে বিজেপিৰ ৰাম বিচাৰ নেতাম, বিষ্ণু দেও চাই, অমৰ আগৰৱাল।

  • ইয়াৰোপৰি বিজয়ী হৈছে সুশান্ত শুক্লা পুৰন্দৰ মিশ্ৰ আৰু কিৰণ দেও।

  • কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী দুগৰাকীৰ নাম ফুল সিং ৰাথিয়া আৰু বিক্ৰম মাণ্ডাভি।

  • ৰাজ্যখনত বিজেপি আগবাঢ়ি আছে আৰু ৫০ খন আসনত।

  • কংগ্ৰেছ আগবাঢ়ি আছে আন ৩২ খন আসনত।

ঘোষণা হ'ল ছত্তিশগড়ৰ ৮ খন আসনৰ ফলাফল...
'জনসাধাৰণে অৰ্থব্যৱস্থা শক্তিশালী কৰাৰ সুযোগ লাভ কৰিছে, সেয়ে বিজেপিক আদৰি লৈছে'- সৰ্বানন্দ সোণোৱাল...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in