/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9cbc3694-de5c-4a73-8ec9-908647e4fad8/CHATT_3.jpg)
ছত্তিশগড়ত ঘোষণা হৈছে ৮ বিধানসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীৰ নাম।
বিজেপিৰ ৬ গৰাকী আৰু কংগ্ৰেছৰ ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা হৈছে ৰাজ্যখনত।
ৰাজ্যখনত বিজয় সাব্যস্ত কৰিছে বিজেপিৰ ৰাম বিচাৰ নেতাম, বিষ্ণু দেও চাই, অমৰ আগৰৱাল।
ইয়াৰোপৰি বিজয়ী হৈছে সুশান্ত শুক্লা পুৰন্দৰ মিশ্ৰ আৰু কিৰণ দেও।
কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী দুগৰাকীৰ নাম ফুল সিং ৰাথিয়া আৰু বিক্ৰম মাণ্ডাভি।
ৰাজ্যখনত বিজেপি আগবাঢ়ি আছে আৰু ৫০ খন আসনত।
কংগ্ৰেছ আগবাঢ়ি আছে আন ৩২ খন আসনত।