হেমন্ত ছোৰেণৰ পদত্যাগৰ পিছত চম্পাইক মুখ্যমন্ত্ৰীৰ দায়িত্ব

হেমন্ত ছোৰেণৰ পদত্যাগৰ পিছত চম্পাইক মুখ্যমন্ত্ৰীৰ দায়িত্ব

ডিজিটেল ডেস্ক : অৱশেষত ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল'ব মুক্তি মৰ্চাৰ নেতা চম্পাই ছোৰেণে। পূৰ্বৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে পদত্যাগ কৰি ই ডিৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছতে খালী হৈ ৰৈছিল মুখ্যমন্ত্ৰীৰ আসন।

সেয়ে মুক্তি মৰ্চাৰ প্ৰবীণ নেতা চম্পাই ছোৰেণক শুকুৰবাৰে ৰাজ্যপালে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। আজি বিয়লি চম্পাই ছোৰণে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে।

হেমন্ত ছোৰেণৰ পদত্যাগৰ পিছত চম্পাইক মুখ্যমন্ত্ৰীৰ দায়িত্ব
স্বদেশলৈ ঘূৰিল ২০৭ ইউক্ৰেইনী বন্দী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in