CBSE দশম শ্ৰেণীৰ পৰীক্ষা আৰম্ভ...

সোমবাৰৰ পৰা আৰম্ভ হৈছে চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষা। সমগ্ৰ দেশজুৰি এই পৰীক্ষাত ৩৯ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।
CBSE দশম শ্ৰেণীৰ পৰীক্ষা আৰম্ভ...

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষা। সমগ্ৰ দেশজুৰি এই পৰীক্ষাত ৩৯ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে। প্ৰথম দিনা ইংৰাজী বিষয়ক পৰীক্ষা আছিল পুৱা ১০.৩০ বজাৰ পৰা।

চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক ৩০ মিনিটৰ পূৰ্বে পৰীক্ষা গৃহত উপস্থিত হোৱা, কভিড-১৯ৰ গাইড লাইন মানি চলা, কোনো ধৰণৰ ইলেক্টনিক সামগ্ৰী নিব নোৱাৰা আদি নিয়ম বান্ধি দিছে। ইংৰাজী বিষয়ক পৰীক্ষাত মুঠ ৮০ নম্বৰৰ বাবে অনুষ্ঠিত হৈছে।

CBSE দশম শ্ৰেণীৰ পৰীক্ষা আৰম্ভ...
ভোটদান প্ৰক্ৰিয়াৰ মাজতেই নাগালেণ্ডত গুলীবৰ্ষণৰ ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in