/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
-
নাগালেণ্ডত চলি আছে বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ।
-
ইয়াৰ মাজতেই নাগালেণ্ডত নিৰ্বাচন কেন্দ্ৰিক সংঘাত।
-
৪০ নং ভাণ্ডাৰী সমষ্টিৰ অল্ড আক'ক (old akok) ত গুলীবৰ্ষণৰ ঘটনা।
-
NPP আৰু NPF ৰ সদস্যৰ মাজত হয় সংঘৰ্ষ।
-
NPF ৰ সমৰ্থকে NPP ৰ কৰ্মীক গুলীয়াই আহত কৰাৰ অভিযোগ।
-
NPF ৰ এছুমেবো কিকনৰ সমৰ্থকে গুলী বৰ্ষণ কৰাৰ অভিযোগ।
-
ঘটনাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।