/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/3k7r6s2q/sumi 7.jpg)
চুমি অবিহনেই আজি পুনৰ ন্যায়ালয়ত হাজিৰ কৰাব বিশালক...
ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত অসম আৰক্ষীৰ পৰা ৩৬টা গোচৰৰ তথ্য গ্ৰহণ চিবিআইৰ
ইয়াৰ ভিতৰত ৬টা গোচৰ গ্ৰহণ কৰি চিবিআইৰ ৬খনকৈ FIR দাখিল
চিবিআইৰ বিশেষ আদালতত দাখিল ৬টা গোচৰ
FIR ত চুমি, বিশাল, তাৰ্কিক সহ আছে আন কেইবাজনৰো নাম
আটাইৰে বিৰুদ্ধে অবৈধ ধন জমাৰ ধাৰা আৰোপ
Also Read: মুকলি আকাশৰ তললৈ আহিল প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন...