/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/86d3de2e-eb4a-463d-8b47-fe924f4f531e/north_east_11.jpg)
অসম অভিমুখে আহি থকা নৰ্থইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত...
দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা।
লাইনছ্যুত হ'ল নৰ্থইষ্ট এক্সপ্ৰেছৰ কেইবাটাও দবা।
বিহাৰৰ বাক্সাৰ জিলাৰ ৰঘুনাথপুৰত সংঘটিত হৈছে এই ঘটনা।
যাত্ৰীবাহী এই ৰে'লখন অসমৰ অভিমুখে আহি আছিল।
ৰে'লখনৰ এই দুৰ্ঘটনাত বহু কেইজন যাত্ৰী আহত হোৱাৰ সন্দেহ।
অৱশ্যে এই পৰ্যন্ত কোনো হতাহতিৰ কোনো সঠিক তথ্য অহা নাই।
ৰে'লখনত অসমৰ বহু যাত্ৰী থকাৰো সন্দেহ।
Also Read: ঢকুৱাখনাত ৰাজ্যিক ঘাইপথ মেৰামতিৰ নামত লুণ্ঠনৰ পাংঃ নিৰ্বিকাৰ প্ৰশাসন, বিধায়ক...