মেঘালয়, নাগালেণ্ডকে ধৰি ৩ ৰাজ্যত সলনি বিজেপি সভাপতি...

মেঘালয়, নাগালেণ্ডকে ধৰি ৩ ৰাজ্যত সলনি বিজেপিপ সভাপতি...
মেঘালয়, নাগালেণ্ডকে ধৰি ৩ ৰাজ্যত সলনি বিজেপিপ সভাপতি...
  • কেইবাখনো ৰাজ্যৰ বিজেপি সভাপতি সলনি।

  • বিজেপিৰ ৰাষ্ট্ৰী অধ্যক্ষ জে পি নড্ডা নিযুক্তি দিলে ৩ খন ৰাজ্যত নতুন সভাপতি।

  • উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় আৰু নাগালেণ্ডত সলনি ৰাজ্যিক সভাপতি।

  • মেঘালয় বিজেপিৰ সভাপতিৰ দায়িত্ব ৰিকমান মমিনক।

  • নাগালেণ্ড বিজেপিৰ সভাপতিৰ দায়িত্ব বেঞ্জামিন য়েপথমিক।

  • ইয়াৰোপৰি সলনি কৰিছে পুডুৰেচীৰৰো সভাপতি।

  • পুডুচেৰীত এছ চেলভাগানাবাথিক সভাপতিৰ দায়িত্ব।

মেঘালয়, নাগালেণ্ডকে ধৰি ৩ ৰাজ্যত সলনি বিজেপিপ সভাপতি...
মোডীৰ দৰে ৰাহুলৰ দাড়ি প্ৰীতি কিয়? ৰনাল্ডো প্ৰিয় অথচ মেছি শ্ৰেষ্ঠ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in