পুনৰ ২৪ শতাংশ বৃদ্ধি পালে বিদ্যুতৰ মাচুল...

বিদ্যুৎ মাচুলে জ্বলা কলা খুৱাইছে জনতাক। বিদ্যুতৰ মাচুল অধিক বৃদ্ধিৰ ফলত জনতাই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে।
পুনৰ ২৪ শতাংশ বৃদ্ধি পালে বিদ্যুতৰ মাচুল...

ডিজিটেল ডেস্কঃ বিদ্যুৎ মাচুলে জ্বলা কলা খুৱাইছে জনতাক। বিদ্যুতৰ মাচুল অধিক বৃদ্ধিৰ ফলত জনতাই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। প্ৰতিবাদো সাৱ্যস্ত হয় যদিও চৰকাৰে কোনো বিশেষ ব্যৱস্থা হাতত লোৱা দেখা নাযায়।

এইবাৰ পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। ২৪.১০ শতাংশ বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে সংশ্লিষ্ট বিভাগে। অৱশ্যে অসম নহয়, বিহাৰ বিদ্যুৎ বিনিয়ামক আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অধীনত প্ৰতি ইউনিটৰ দাম ধাৰ্য কৰা হ'ব।

বিদ্যুতৰ মাচুল বৃদ্ধিৰ পাছতেই চিন্তিত হৈ পৰিছে জনতা। বিজুলী কোম্পীনীয়ে ৪০ শতাংশ দাম বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল যদিও সেয়া স্বীকাৰ নকৰিলে আয়োগে।

পুনৰ ২৪ শতাংশ বৃদ্ধি পালে বিদ্যুতৰ মাচুল...
বিহুৰ সময়ত ৰাজ্যবাসীলৈ বহু উপহাৰ! মুকলি হ'ব এইমছ আৰু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in