অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

author-image
Asomiya Pratidin
New Update
অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

ডিজিটেল ডেস্ক : আবকাৰী নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজিও নাপালে সকাহ। তেঁওৰ ন্যায়িক জিম্মাৰ ম্যাদ ২০ আগষ্টলৈ বৃদ্ধি কৰে দিল্লীৰ এখন আদালতে।

Advertisment

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে যোৱা ২৬ জুনত চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। সম্প্ৰতি তিহাৰ জে’লত বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।  

Also Read: ভাল খবৰ : দুই সহস্ৰাধিক জনজাতীয় যুৱকক ছেমি কণ্ডাক্টৰ প্ৰযুক্তিৰ প্ৰশিক্ষণ দিব কেন্দ্ৰই

arvind kejriwal