/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2f0db0b9-a702-4ae4-9150-25c12f73e663/twitter.jpg)
২০ কোটি টুইটাৰ ব্যহাৰকাৰীৰ ইমেইল হেক...
ডিজিটেল ডেস্কঃ টুইটাৰ ব্যৱহাৰকাৰী সকলৰ বাবে প্ৰতিদিনেই ন ন বাতৰি আহি থাকে। ইয়াৰ মাজতে বৃহস্পতিবাৰে টুইটাৰে আঁতৰ কৰিলে একাংশৰ ব্লুটিক। যি সকলৰ টুইটাৰ একাউন্টত ব্লু টিক আছে তাৰ অৰ্থ হ'ল তেওঁলোকে তাৰ বাবে পৰিশোধ কৰিছে ধন।
টুইটাৰ ব্লু সেৱাৰ সদস্যতাৰ বাবে ব্যৱহাৰকাৰী সকলে প্ৰতি মাহে ৮ ডলাৰ আৰু আই.ও.এছ. আৰু এণ্ডড্ৰইড ইন-এপ ব্যৱহাৰকাৰীসকলে প্ৰতি মাহে ১১ ডলাৰ দিব লাগে।
যাৰ বাবে এতিয়া অভিনেতা অমিতাভ বচ্চন, শ্বাহৰুখ খান, আলিয়া ভট আদিৰ উপৰিও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, ৰাহুল গান্ধী আদিৰ একাউন্টৰ পৰাও আঁতৰ হৈছে ব্লু টিক।
Also Read: 'লাম্পি স্কিন ডিজিজ' ত আক্ৰান্ত শ শ গো-ধন : চিন্তিত পশুপালক