ছুপাৰষ্টাৰ ৰজনীকান্তক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি
সোমবাৰে নিশা তীব্ৰ পেটৰ বিষত ভুগিছিল অভিনেতাগৰাকী
লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ ৰজনীকান্তক
১ অক্টোবৰত হব পাৰে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ
৭৩ বছৰীয়া অভিনেতাগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ
মেগাষ্টাৰগৰাকীৰ আশু আৰোগ্য কামনা অনুৰাগীৰ