/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1722362c-3542-4416-b594-bdfa8a13fc85/cow.jpg)
১৪ ফেব্ৰুৱাৰীত আলিংগন কৰিব নালাগে গৰু...
ডিজিটেল ডেস্কঃ বিভিন্ন মহলত হোৱা প্ৰতিক্ৰিয়াৰ পাছত ১৪ ফেব্ৰুৱাৰীত গৰু আলিংগনৰ বাবে জনোৱা আহ্বান প্ৰত্যাহাৰ কৰিছে এনিমেল ৱেলফেয়াৰ ব'ৰ্ডে।
এক বিজ্ঞপ্তিৰ জৰিয়তে সদৰী কৰিছে এই কথা। সত্যকাম দত্তই স্বাক্ষৰিত এই আহ্বানে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
এনেধৰণৰ আহ্বানক অপৰিপক্ক আখ্যা দিছিল। তাৰ পিছতে এই আহ্বান প্ৰত্যাহাৰৰ নতুন জাননী প্ৰকাশ কৰে।
Also Read: সাংবাদিক আক্ৰমণত জড়িত ৰাজনৈতিক ঠিকাদাৰক ক্ষমা খোজাৰ দাবীৰে নগাঁৱত প্ৰতিবাদ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us