ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ৫-০০বজালৈকে ক'ত, কিমান শতাংশ ভোটদান, সবিশেষ...

ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ৫-০০বজালৈকে ক'ত, কিমান শতাংশ ভোটদান, সবিশেষ...

ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণিৰ দিশে। নিৰ্বাচন আয়োগে সদৰী কৰা অনুসৰি, ৬খন ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সমষ্টিত ৫বজালৈকে ভোটদানৰ হাৰ হৈছে ৫৭.৭০শতাংশ।

বিয়লি ৫বজালৈকে পশ্চিম বংগত ভোটদাৰ হাৰ সৰ্বাধিক। ৭৭.৯৯শতাংশ ভোটদান সাব্যস্ত হৈছে পশ্চিম বংগত। ৫বজালৈকে সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে জম্মু কাশ্মীৰত। ৰাজ্যখনত বিয়লি ৫বজালৈকে  ৫১.৩৫ শতাংশ ভোটদান সাব্যস্ত হৈছে।

বিয়লি ৫.০০বজালৈকে ৬ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটদানৰ হাৰ এনেধৰণৰ-

·         বিহাৰ- ৫২.২৪শতাংশ

·         হাৰিয়ানা- ৫৫.৯৩শতাংশ

·         জম্মু-কাশ্মীৰ- ৫১.৩৫শতাংশ

·         ঝাৰখণ্ড- ৬১.৪১শতাংশ

·         এন চি টি দিল্লী-  ৫৩.৭৩শতাংশ

·        ওড়িশা- ৫৯.৬০ শতাংশ

·         উত্তৰ প্ৰদেশ- ৫২.০২শতাংশ

·         পশ্চিম বংগ- ৭৭.৯৯শতাংশ

ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ৫-০০বজালৈকে ক'ত, কিমান শতাংশ ভোটদান, সবিশেষ...
ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ক'ত, কিমান শতাংশ ভোটদান, সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in