/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4b6d9e7b-7cc0-4e40-8cc7-d888b4343750/WhatsApp_Image_2023_08_11_at_5_00_56_PM.jpeg)
Anniversary Wishes for Wife in Assamese: পত্নীলৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা
1)মোক আটাইতকৈ ধুনীয়া জীৱন দিয়া আটাইতকৈ ধুনীয়া মহিলাগৰাকীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/475e4354-1fea-4774-80ed-dd08aec533e5/WhatsApp_Image_2023_08_11_at_5_04_20_PM.jpeg)
2)শুভ বিবাহ বাৰ্ষিকী। প্ৰতিটো প্ৰেমকাহিনীয়েই বিশেষ, অনন্য আৰু সুন্দৰ। কিন্তু আমাৰ কাহিনীটো মোৰ প্ৰিয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/022fa57b-8ba3-4da0-bf28-862c4049b8ee/WhatsApp_Image_2023_08_11_at_5_05_39_PM.jpeg)
3)সঁচা প্ৰেমৰ সমাপ্তি নহয়। আশা কৰোঁ আমি আৰু বহু বছৰ এনেকৈয়ে আমাৰ বিশেষ দিনটো উদযাপন কৰি যাব পাৰো। শুভ বাৰ্ষিকী !
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ba1af92a-264c-4e39-adfb-86375c1bb0f6/WhatsApp_Image_2023_08_11_at_5_06_28_PM.jpeg)
4)মই তোমাক আৰু অধিক ভাল পাব বিচাৰো।তোমাক আদৰ কৰিব বিচাৰো।তোমাৰ যত্ন ল'ব বিচাৰো আৰু তোমাক সকলো সময়ৰ বাবে আটাইতকৈ সুখী ব্যক্তি হিচাপে গঢ়ি তুলিব বিচাৰো।শুভ বিবাহ বাৰ্ষিকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/44a0c14a-ffba-41c8-9e93-5a3ac81c93c7/WhatsApp_Image_2023_08_11_at_5_08_00_PM.jpeg)
5)শুভ বিবাহ বাৰ্ষিকী। তোমাক বিয়া কৰোৱাৰ দিনৰ পৰা তোমাৰ প্ৰতি ভালপোৱা বেছিকৈ বাঢ়িছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b5ced697-4e50-42da-a952-ef6cc64b345f/WhatsApp_Image_2023_08_11_at_5_09_21_PM.jpeg)
6)পৃথিৱীৰ একমাত্ৰ বিশেষ মহিলাগৰাকীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা। বাকী থকা জীৱনটোত মই প্ৰতিদিনে আৰু প্ৰতি নিশাই তোমাক মোৰ কাষত বিচাৰো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1d7414af-cc5d-4de0-a8aa-5b3fed870533/WhatsApp_Image_2023_08_11_at_5_10_42_PM.jpeg)
7)মই ভৱিষ্যতক লৈ বহুত উৎসাহী।আমাৰ সকলোবোৰ সপোন বাস্তৱায়িত কৰিবলৈ মই আৰু অপেক্ষা কৰিব নোৱাৰা হৈছো। শুভ বিবাহ বাৰ্ষিকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d8b6e856-fca1-481b-930a-99e30ecef3d7/WhatsApp_Image_2023_08_11_at_5_12_12_PM.jpeg)
8)পৃথিৱীৰ সকলোতকৈ বেছি মই তোমাক ভাল পাওঁ। শুভ বাৰ্ষিকী।
9)তুমি মোৰ কাষত থকাটোৱেই মোৰ জীৱনৰ পৰম প্ৰাপ্তি।শুভ বিবাহ বাৰ্ষিকী।
10)মোৰ জীৱনত তোমাৰ উপস্থিতিয়ে মোক পৃথিৱীৰ আটাইতকৈ সুখী, আটাইতকৈ কৃতজ্ঞ আৰু ভাগ্যৱান ব্যক্তি কৰি তুলিলে। মোৰ আত্মাৰ সঙ্গীলৈ শুভ বাৰ্ষিকী।
11)মই প্ৰতিটো জীৱনেই তোমাৰ সৈতে পাৰ কৰিম। শুভ বিবাহ বাৰ্ষিকী !
12)ছেলফিৰ হাঁহিৰ দৰে তুমি মোৰ জীৱনটো পোহৰাই তুলিলা।তাৰ বাবে তোমাক ধন্যবাদ।বিবাহ বাৰ্ষিকীৰ বহুত শুভকামনা।
13)তোমাৰ দৰে অতুলনীয় সৌন্দৰ্য্যৰ অধিকাৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ মই বহুত ধন্য। শুভ বাৰ্ষিকী।
14)তোমাৰ দৰে অতুলনীয় সৌন্দৰ্য্যৰ অধিকাৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ মই বহুত ধন্য। শুভ বাৰ্ষিকী।
15)তুমি কিমান ধুনীয়া, মোৰ জীৱনত তোমাৰ ভূমিকা কি, সেয়া কেৱল মই অনুভৱ কৰিব পাৰো। আমাৰ এই পবিত্ৰ বান্ধোনে আৰু এটা বছৰ অতিক্ৰম কৰিলে। তোমাক শুভেচ্ছা জনালো।
16)শুভ বাৰ্ষিকী ! মোক তোমাৰ জীৱনত স্থান দিলা, তাৰ বাবে তোমাক ধন্যবাদ।
Also Read: Best Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি