Best Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি

তোমাৰ দৰে কাৰো আকৰ্ষণ নাই বাবেই তুমি অনন্য, তুমি সকলোতকৈ পৃথক।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
Best Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি

Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি

1)তোমাৰ দৰে কাৰো আকৰ্ষণ নাই বাবেই তুমি অনন্য, তুমি সকলোতকৈ পৃথক।

Advertisment
Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি
Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি

2)আপুনি আৰু মই ! দুটা ৰূপ, দুখন মুখ তথাপিও এক আমাৰ আত্মা। 

Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি
Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি

3)তুমি মোৰ হৈ থাকা,চিৰদিন। তোমাতেই শেষ হওঁক মোৰ জীৱন।

Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি
Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি

4)মানুহে কয় দুখ-কষ্টই সকলোকে হতাশ কৰে।কিন্তু মই কওঁ দুখ-কষ্টই মানুহক মনোবল দিয়ে, জীৱনটো জীয়াই থাকিবলৈ শিকায়।

Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি
Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি

5)জীৱনত সকলোৱেই আপোনাক আঘাত কৰিব।কাৰ আঘাতৰ বিষ মূলৱ্যান আপুনি সেয়া নিজেই বিচাৰ কৰিব পাৰিব লাগিব।যিয়ে আপোনাৰ জীৱনটোক নতুন গতি প্ৰদান কৰাত সহায় কৰিব। 

Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি
Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি

6)আনৰ প্ৰশংসাত ভোল যোৱাটো মূৰ্খামি। নিজেই নিজৰ মনত সুন্দৰ হওঁক, পবিত্ৰ হওঁক।

Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি
Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি

7)অতীতলৈ ঘূৰি নাযাব, বহুতক ক্ষমা কৰিব লাগিব। ভৱিষ্যতৰ সপোন নেদেখিব,পূৰ্বানুমান কৰিব লাগিব। বৰ্তমান সময়ক উপভোগ কৰক।কৃতজ্ঞতাৰে।

Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি
Assamese Heart Touching Quotes: অসমীয়া উদ্ধৃতি

8)সৌন্দৰ্য মুখত নাই, সৌন্দৰ্য  হৃদয়ৰ এক পোহৰ।

9)সুখ কি ? সুখ হৈছে প্ৰেম অনুগ্ৰহ আৰু কৃতজ্ঞতাৰে প্ৰতি মিনিটত জীৱনটো জীয়াই থকাৰ এক আধ্যাত্মিক অভিজ্ঞতা।

10)কল্পনাই সৃষ্টি কৰে।যিমান পাৰে কল্পনা কৰক আৰু সৃষ্টিকৰ্ম হৈ পৰক আপোনাৰ পৰিচয়।

11)সদায় মূৰ ডাঙি থিয় হ’ব। তলমূৰ কৰি থাকিলে জানো আকাশৰ ৰামধেনু দেখা পাব?

12)প্ৰথমে নিজক ভালপাবলৈ শিকক।এই পৃথিৱীত যিকোনো কাম কৰিবলৈ আপুনি সঁচাকৈয়ে প্ৰথমে নিজকে ভাল পাবই লাগিব।

13)যদি আপুনি সুখৰে জীৱন-যাপন কৰিবলৈ বিচাৰে, তেতিয়া মানুহ অথবা বস্তুকেন্দ্ৰিক নহ’ব। 

14)জীৱনটো নিজকে বিচাৰি উলিওৱাৰ বাবে নহয়। নিজকে সৃষ্টি কৰাৰ বাবেহে জীৱন।

15)জীৱনে সদায়েই পৰীক্ষা লয়।কিন্তু এই পৰীক্ষা হয় নিজকে আৱিস্কাৰৰ বাবে, মনৰ শক্তি অটুট ৰখাৰ বাবে।

16)জীয়াই থাকিবলৈ জীৱন এটাই। সঠিকভাৱে জীয়াই থাকিবলৈ কিন্তু এটা জীৱনেই যথেষ্ট।

17)হাঁহিয়েই জীৱনৰ মূলমন্ত্ৰ, নিজেও হাঁহক আৰু আনকো হহুৱাওক।

18)পৰিস্থিতি সলনি হয়। আপোনজনেও এৰি গুচি যায়।কিন্তু জীৱনটো থমকি নৰয়।জীৱনে নিজৰ গতিত আগবাঢ়ি গৈ থাকে।

19)তোমাক বেয়া পোৱাৰ শক্তি মোৰ নাই।তুমি যেনেকুৱা, তুমি যি কৰা, তোমাৰ সকলোবোৰেই মোৰ প্ৰিয়।তুমি মোৰ জীৱনৰ চালিকাশক্তি।

20)প্ৰেমৰ কেতিয়াও প্ৰাকৃতিকভাৱে মৃত্য নহয়।

21)জীৱনটোৰ যেন সকলোবোৰেই এক অলৌকিক ঘটনা।

22)পৰিয়ালবোৰ গছৰ ডালৰ দৰে। আমি বিভিন্ন দিশত বিকশিত হওঁ যদিও শিপাটো এডালেই।

 23)প্ৰেমৰ বাবে ভাৰসাম্য হেৰুৱাটো এক সন্তুলিত জীৱনৰ অংশ।

24)জীৱনটো এটা মুদ্ৰাৰ দৰে। আপুনি ইয়াক আপুনি বিচৰা ধৰণে ব্যয় কৰিব পাৰে। কিন্তু কেৱল এবাৰহে।

25)তোমাৰ চকুতেই আছে সৰগৰ সুখ।তুমি কাষত থাকিলে পৃথিৱীৰ সকলো সুখেই মোক আৱৰি থাকে।

26)জীৱনত আশা সদায় ৰাখিব।আশাবোৰে আপোনাক জীয়াই থাকিবলৈ উৎসাহ দিয়ে। 

27)আৱেগৰ সৈতে খেলা নকৰিবা, জীৱনে ক্ষমা নকৰিব ।

28)তুমি মোৰ জীৱনৰ ৰং, তুমি মোৰ আৱেগ। তুমিয়েই সকলো, তোমাতেই মোৰ সকলো।

29)মোৰ শৰীৰত স্পৰ্শ নকৰাকৈয়ে তুমি মোৰ আত্মা আৰু হৃদয় স্পৰ্শ কৰিছা।

30)শেষ মানেই শেষ নহয়। শেষ এক নতুনৰ আৰম্ভনিহে।

31) সমস্ত জগতত মোৰ বাবে তোমাৰ দৰে হৃদয় নাই। সমস্ত পৃথিৱীত মোৰ নিচিনা তোমাৰ প্ৰতি কোনো মৰম নাই।

32) তোমাৰ কথাই মোক সজাগ কৰি ৰাখে। সদাই মোক সজীৱ কৰি ৰাখিবা।

Also Read: Assamese Whatsapp Status: অসমীয়া উক্তি_