"Anniversary Wishes for Husband in Assamese: ""স্বামীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা"

আপুনি মোৰ হৃদয়ৰ এটা অংশ স্পৰ্শ কৰিব পাৰিছে। যি আন কোনেও কেতিয়াও পাবলৈ সক্ষম হোৱা নাই। শুভ বিবাহ বাৰ্ষিকী।

author-image
Asomiya Pratidin
New Update
"Anniversary Wishes for Husband in Assamese: ""স্বামীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা"

"Anniversary Wishes for Husband in Assamese: ""স্বামীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা"

আপুনি মোৰ হৃদয়ৰ এটা অংশ স্পৰ্শ কৰিব পাৰিছে। যি আন কোনেও কেতিয়াও পাবলৈ সক্ষম হোৱা নাই। শুভ বিবাহ বাৰ্ষিকী।

Advertisment
publive-image
"Anniversary Wishes for Husband in Assamese: ""স্বামীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা"

জীৱবিজ্ঞানে কয় যে, বয়স হোৱাৰ লগে লগে এজন মানুহৰ আচৰণ সলনি হয়। কিন্তু আপুনি সেইটো ভুল প্ৰমাণ কৰিলে। কাৰণ আমি ডেটিং আৰম্ভ কৰাৰ পৰা বৰ্তমানলৈ আপুনি একেই ৰোমান্টিক আৰু আকৰ্ষণীয়। শুভ বিবাহ বাৰ্ষিকী। 

publive-image
"Anniversary Wishes for Husband in Assamese: ""স্বামীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা"

আপুনি মোৰ হোৱাৰ বাবে ধন্যবাদ।বিবাহ বাৰ্ষিকীৰ বহুত শুভকামনা।

publive-image
"Anniversary Wishes for Husband in Assamese: ""স্বামীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা"

আপোনাৰ দৰে এজনক মোৰ জীৱনৰ সংগী হিচাপে পাই মই বহুত ধন্য অনুভৱ কৰোঁ। আপোনাৰ অবিহনে মই মোৰ জীৱন কল্পনা কৰিব নোৱাৰো।শুভ বাৰ্ষিকী।

publive-image
"Anniversary Wishes for Husband in Assamese: ""স্বামীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা"

বিবাহ বাৰ্ষিকীৰ বহুত শুভকামনা।মই আপোনাৰ সৈতে মোৰ যাত্ৰাৰ প্ৰতিটো অংশ উপভোগ কৰিছোঁ। সকলো খিনিৰ বাবে ধন্যবাদ।

publive-image
"Anniversary Wishes for Husband in Assamese: ""স্বামীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা"

মই মোৰ সপোনৰ মানুহজনৰ সৈতে আৰু বহু সুন্দৰ স্মৃতি ৰচিবলৈ বাট চাই আছো। শুভ বাৰ্ষিকী!

সদায় মোৰ মনোভাৱ বৃদ্ধি কৰাৰ বাবে আপোনাক ধন্যবাদ।আমাৰ দুয়োৰে জীৱনজোৰা সুখ কামনা কৰো। শুভ বাৰ্ষিকী।

আজি মই উপলব্ধি কৰিলো যে সময় কিমান সোনকালে উৰি যায়। এনেকুৱা লাগিছে যেন কালিহে আমি বিয়া পাতিছিলো। আজিৰ এই বিশেষ দিনটোত আপোনালৈ বহু শুভকামনা।

আৰু এটা বছৰ পাৰ হ’ল।এনেকৈয়ে সদায়েই মোৰ সাহস হৈ থাকক। শুভ বিবাহ বাৰ্ষিকী।

ইমান বছৰে বিশ্বাসৰে সম্বন্ধটো ধৰি ৰখাৰ বাবে আপোনাক ধন্যবাদ। এনেকৈয়েই সদায়েই ‘আমি’ ‘আমি’ হৈয়ে থাকিম।আজিৰ এই বিশেষ দিনটোত আপোনালৈ বহু শুভকামনা জনালো।

শুভ বিবাহ বাৰ্ষিকী।সকলো সময়তে মোক পথ দেখুৱাই দি আগবঢ়াই নিয়াৰ বাবে আপোনাক ধন্যবাদ। সদায়েই মোৰ ছাঁ হৈ থাকক।

শুভ বিবাহ বাৰ্ষিকী।প্ৰতিটো জনমতে যাতে আপোনাক মোৰ স্বামী হিচাপে লাভ কৰো।

Also Read: Anniversary Wishes for Wife in Assamese: পত্নীলৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা