যোৰাবাটত পুনৰ অঘটনঃ কৃত্ৰিম বানত উটি গ'ল যুৱক...

সোণাপুৰ আৰক্ষী আৰু SDRFৰ দলে চলাই আছে অভিযান বুধবাৰে বিয়লি ধাৰাসাৰ বৰষুণৰ বাবে সৃষ্টি হৈছিল কৃত্রিম বানৰ কৃত্রিম বানত উটি গৈছিল দুৰ্গা শৰ্মা নামৰ এজন লোক

New Update
web ap jorabat
  • যোৰাবাটৰ ১৫ মাইলত ভয়ংকৰ ঘটনা
  • কৃত্রিম বানত উটি গ’ল এজন যুৱক
  • এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই যুৱকজনক
  • যুৱকজনৰ নাম ৰহিতাছ চৌধুৰী
  • সোণাপুৰ আৰক্ষী আৰু SDRFৰ দলে চলাই আছে অভিযান
  • বুধবাৰে বিয়লি ধাৰাসাৰ বৰষুণৰ বাবে সৃষ্টি হৈছিল কৃত্রিম বানৰ
  • কৃত্রিম বানত উটি গৈছিল দুৰ্গা শৰ্মা নামৰ এজন লোক
  • এটা নলাৰ পৰা উদ্ধাৰ কৰিছিল দুৰ্গা শৰ্মাৰ মৃতদেহ
কৃত্ৰিম বান যোৰাবাট