/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-08/4o3nqn88/331.jpg)
কচুৱাৰ লংজাপ পদুমণি পাহাৰতলিত মৃত্যু এটি বনৰীয়া হাতীৰ।
পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃত বনৰীয়া হাতীটো।
নগাঁও জিলাৰ কামপুৰ বনাঞ্চালিক কাৰ্য্যালয়ৰ অন্তৰ্গত লংজাপ পদুমণি পাহাৰতলিত উদ্ধাৰ হৈছে মৃত বনৰীয়া হাতীটো।
হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
কচুৱাৰ বিভিন্ন অঞ্চলত হাতী- মানুহৰ সংঘাত অৱ্যাহত আছে।
এনে সময়তে শুকুৰবাৰে পুৱা বনৰীয়া হাতীৰ মৃত্যু হোৱাত অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে।
Also Read: মায়ঙৰ পৰম্পৰাগত ৰজাৰ উপস্থিতিত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে সম্প্ৰীতিৰ শোভাযাত্ৰা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us