এপ’ল, ছেমছাংকে ধৰি ৪৯ টা ফোনত নচলিব হোৱাটছএপ

এপ’ল, ছেমছাংকে ধৰি ৪৯ টা ফোনত নচলিব হোৱাটছএপ

ডিজিটেল ডেস্ক: তাৎক্ষণিক মেচেজিং প্লেটফৰ্ম হোৱাটছএপে প্ৰতি বছৰে কেইবাটাও ফ’নত কাম নকৰা হৈ পৰে।এই বছৰটোও ইয়াৰ ব্যতিক্ৰম নহয়।হয়, ২০২২ বৰ্ষটো সমাপ্ত হোৱাৰ লগে লগে হোৱাটছএপে কেইটামান এণ্ড্ৰইড ফ’নৰ লগতে আইফ’ন মডেলত কাম নকৰা হৈ পৰিব।

এই সন্দৰ্ভত মেচেজিং প্লেটফৰ্ম ‘গিজচাইনা’ই জনোৱামতে, ৩১ডিচেম্বৰৰ পৰা এপ’ল, ছেমছাং আদি ব্ৰেণ্ডকে ধৰি প্ৰায় ৪৯ টা স্মাৰ্টফোনত ব্যৱহাৰকাৰীয়ে হোৱাটছএপ চলাব নোৱাৰিব।এই নিৰ্ধাৰিত তাৰিখৰ পিছত সেই ফোনবোৰৰ ব্যৱহাৰকাৰীসকলে এপটোৰ আৰু আপডেট কৰিব নোৱাৰিব।যাৰ ফলত এই এপটোয়ে কাম কৰা বন্ধ কৰি দিব।অৱশ্যে, ৪৯ টা ফোনৰ এই তালিকাত বেছিভাগ বহু বছৰ পুৰণা ফ’নহে অন্তৰ্ভূক্ত হৈছে।

এপ’ল, ছেমছাংকে ধৰি ৪৯ টা ফোনত নচলিব হোৱাটছএপ
কোৰোনা 'বি এফ-৭'ৰ লক্ষণ, পৰিত্ৰাণৰ উপায়

নতুন বছৰৰ পৰা হোৱাটছএপে কাম নকৰা এই ফ’নকেইটা হৈছে-

এপ’ল আইফোন ৫

এপ’ল আইফোন ৫চি

আৰ্কোচ ৫৩ প্লেটিনাম

গ্ৰেণ্ড এছ ফ্লেক্স জেড টি ই

গ্ৰেণ্ড এক্স কোৱাড ভি ৯৮৭ জেড টি ই

এইচ টি চি ডিজায়াৰ ৫০০

হুৱেই এচেণ্ড ডি

হুৱেই এচেণ্ড ডি ১

হুৱেই এচেণ্ড ডি ২

হুৱেই এচেণ্ড জি ৭৪০

হুৱেই এচেণ্ড মেট

হুৱেই এচেণ্ড পি ১

কোৱাড এক্স এল

লেন’ভ’ এ ৮২০

এল জি এনাক্ট

এল জি লুচিড ২

এল জি অপ্টিমাচ ৪ এক্স এইচ ডি

এল জি অপ্টিমাছ এফ ৩

এল জি অপ্টিমাস এফ৩কিউ

এল জি অপ্টিমাছ এফ ৫

এল জি অপ্টিমাছ এফ ৬

এল জি অপ্টিমাছ এফ ৭

এল জি অপ্টিমাছ এল ২২

এল জি অপ্টিমাছ এল ৩২

এল জি অপ্টিমাছ এল ৩ আই আই ডুৱেল

এল জি অপ্টিমাছ এল ৪২

এল জি অপ্টিমাছ এল ৪ আই আই ডুৱেল

এল জি অপ্টিমাছ এল ৫

এল জি অপ্টিমাছ এল ৫ ডুৱেল

এল জি অপ্টিমাছ এল ৫২

এল জি অপ্টিমাছ এল ৭

এল জি অপ্টিমাছ এল ৭২

এল জি অপ্টিমাছ এল ৭ আই আই ডুৱেল

এলজি অপ্টিমাছ নাইট্ৰো এইচ ডি

মেমো জেড টি ই ভি ৯৫৬

ছেমছাং গ্যালাক্সি এছ ২

ছেমছাং গ্যালাক্সি ক'ৰ

ছেমছাং গ্যালাক্সি এছ ২

ছেমছাং গ্যালাক্সি এছ ৩মিনি

ছেমছাং গ্যালাক্সি ট্ৰেণ্ড ২

ছেমছাং গ্যালাক্সি ট্ৰেণ্ড লাইট

ছেমছাং গ্যালাক্সি এক্সকভাৰ ২

ছ’নী এক্সপেৰিয়া আৰ্ক এছ

ছ’নী এক্সপেৰিয়া মিৰো

ছ’নী এক্সপেৰিয়া নিও এল

উইকো চিংক ফাইভ

উইকো ডাৰ্কনাইট জেড টি

এপ’ল, ছেমছাংকে ধৰি ৪৯ টা ফোনত নচলিব হোৱাটছএপ
Sara-Aditya to Star In Metro In Dino: আদিত্য-ছাৰাৰ ৰোমাঞ্চ : চৌদিশে চৰ্চা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in