New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/vice-president-2.jpg)
ডিজিটেল ডেস্ক :
- আৰম্ভ হৈছে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গননা ।
- সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গননা প্ৰায় ৬০০ ভোটৰ গননা সম্পূৰ্ণ হৈছে ।
- ইয়াৰে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী মাৰ্গাৰেট আলভাই ৬.৩০ বজা পৰ্যন্ত ২০০ ভোট লাভ কৰাৰ বিপৰীতে এন ডি এৰ জগদ্বীপ ধংগকাৰ লাভ কৰিছে ৫১৫টা ভোট।
- এই সময়লৈকে প্ৰায় ৩০০ কৈয়ো অধিক ভোটত আগবাঢ়ি আছে শাসকীয় নেশ্যনেল ডেমক্ৰেটিক এলায়েঞ্চৰ প্ৰাৰ্থী গৰাকী আগবাঢ়ি আছে।
- প্ৰাৰম্ভিক এই ছবিখনে অন্তিম ফলাফলত শাসকীয় প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ ইংগিত বহন কৰিছে।
আৰু পঢ়ক : মহিলাৰ ৪X১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ…