শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

মহিলাৰ ৪X১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ…

ডিজিটেল ডেস্ক :

  • কমনৱেলথ গেমছৰ পৰা আহিল আন এক ভাল খবৰ।
  • মহিলাৰ ৪X১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ।
  • ভাৰতীয় দলটোৰ অন্যতম সদস্য অসম কন্যা হিমা দাস।
  • হিটছত ৪৪.৪৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰিলে ভাৰতে।
  • হিমাৰ সৈতে দলটোত আছে দুতি, শ্বাৱনী আৰু জ্যোতি।

আৰু পঢ়ক : চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত প্ৰাদেশিকৃত ৩৩খন মহাবিদ্যালয়ৰ কৰ্মচাৰী…