মহিলাৰ ৪X১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ…

মহিলাৰ ৪X১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ…

ডিজিটেল ডেস্ক :

  • কমনৱেলথ গেমছৰ পৰা আহিল আন এক ভাল খবৰ।
  • মহিলাৰ ৪X১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ।
  • ভাৰতীয় দলটোৰ অন্যতম সদস্য অসম কন্যা হিমা দাস।
  • হিটছত ৪৪.৪৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰিলে ভাৰতে।
  • হিমাৰ সৈতে দলটোত আছে দুতি, শ্বাৱনী আৰু জ্যোতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in