ডিমৌৰ ১০ গৰাকী যুৱকক শাৰীৰিক নিৰ্যাতন চলোৱা দুই আৰক্ষী বিষয়াক নিলম্বন...

agrani khabar
agrani khabar
  • অৱশেষত নিলম্বন হ'ল মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।

  • নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নাম বিজয় দৈমাৰী।

  • নিলম্বন হৈছে উপ-পৰিদৰ্শক ভৱেন দত্তও।

  • দুয়ো আৰক্ষী বিষয়াই নিৰীহৰ ওপৰত চলাইছিল নিৰ্যাতন।

  • ডিমৌৰ ১০ গৰাকী যুৱকওৰ ওৰত নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষীৰ বিৰুদ্ধে।

  • অৱশেষত তীব্ৰ প্ৰতিক্ৰিয়াআৰু সমালোচনাৰ অন্তত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকে নিলম্বন কৰিলে দুয়োকে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in