/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
agrani khabar
অৱশেষত নিলম্বন হ'ল মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।
নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নাম বিজয় দৈমাৰী।
নিলম্বন হৈছে উপ-পৰিদৰ্শক ভৱেন দত্তও।
দুয়ো আৰক্ষী বিষয়াই নিৰীহৰ ওপৰত চলাইছিল নিৰ্যাতন।
ডিমৌৰ ১০ গৰাকী যুৱকওৰ ওৰত নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষীৰ বিৰুদ্ধে।
অৱশেষত তীব্ৰ প্ৰতিক্ৰিয়াআৰু সমালোচনাৰ অন্তত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকে নিলম্বন কৰিলে দুয়োকে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us